নগাঁৱ পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান…

নগাঁৱ পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান…

নগাঁৱত সৰিয়হ ডুলিতে ভূট ৷

আৰক্ষীৰ বিষয়া-জোৱানে গিজগিজাই থকা পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান ৷

পুলিছ ৰিৰ্জাভৰ সুৰেশ বৰা নামৰ কনিষ্টবলজনৰ আৱাসত চোৰে চলালে লুটপাত ৷

চৰকাৰী আৱাসটোৰ দজ্জা ভাঙি চোৰে মূল্যবান সা-সম্পত্তি লুট কৰি নিয়াৰ লগতে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি ক্ষতিসাধন কৰে

চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত চৰকাৰী আৱাসটোত নাছিল গৃহস্থ

নগাঁও পুলিছ ৰিৰ্জাভত ইয়াৰ পূৰ্বেও চুৰি কাণ্ড সংঘটিত হৈছে আহিছে যদিও নগাঁও আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ নিৰাপত্তাহীনতাত ভূগিছে স্বয়ং আৰক্ষীৰ পৰিয়ালেই ৷

নগাঁও আৰক্ষীৰ চূড়ান্ত নিষ্ক্ৰিয়তাৰ বাবেই নগাঁৱত এনেদৰে চুৰি ঘটনাত বৃদ্ধি পোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

GTM Desk

Related