বজ্রকন্যা লাভলীনা বৰগোহাঁইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বজ্রকন্যা লাভলীনা বৰগোহাঁইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
‘লাভলীনাই যি কৰিছে সেয়া কোনো অসমীয়াই কৰিব পৰা নাই।
ৰাজনীতি কৰি ময়ো পৰা নাই।’
সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য।
লাভলীনালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

Shahnawaz Hamza