Advertisement

বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক বিমানবন্দৰতে কৰা হ’ব কোৰোণাৰ পৰীক্ষা, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক বিমানবন্দৰতে কৰা হ’ব কোৰোণাৰ পৰীক্ষা, জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত ক্ৰমাত্‍ হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। তাৰ মাজতে ৰাজ্য চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। অহা সপ্তাহৰ পৰা অসম তথা উত্তৰ-পূৱৰ ভিতৰতে যাত্ৰা কৰিবলগীয়া ৰাজ্যৰ বিমানযাত্ৰীয়ে কৰিব নালাগে কোৰোণাৰ পৰীক্ষা। এই কথা টুইটাৰ যোগে জনাইছে ৰাজ্যৰ স্বাস্ত্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

কিন্তু বিদেশ বা দেশৰ অন্য ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিবলগীয়া বিমানযাত্ৰীক গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰতে অহা সপ্তাহৰ পৰা কৰোৱা হ’ব কোৰোণাৰ পৰীক্ষা।

Shahnawaz Hamza