মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ।

যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম।

কামৰ সন্ধানত মেঘালয়লৈ গৈছিল ৰফিকুল ইছলাম।

দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত আঘাত কৰি পেলাই থৈ যায় ৰফিকুলক।

মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত সংঘটিত এই হত্যাকাণ্ড।

চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰফিকুল ইছলামৰ।

ঘটনা সন্দৰ্ভত চাঞ্চল্য অব্যাহত।

সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

Shahnawaz Hamza