শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

শৰাইঘাট দলঙত পুনৰ অঘটন। দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এজন যুৱকে। শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে যুৱকজনে। এতিয়ালৈ জানিব পৰা হোৱা নাই যুৱকজন পৰিচয়। নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

GTM Desk