ৰকিবুল হুছেইন, নুৰুল হুদাৰ বাধা নেওচি নগাঁও লোকসভাৰ প্ৰাৰ্থিত্বৰ যুঁজত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ

ৰকিবুল হুছেইন, নুৰুল হুদাৰ বাধা নেওচি নগাঁও লোকসভাৰ প্ৰাৰ্থিত্বৰ যুঁজত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ

সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ব্যাপক ৰূপ ধাৰণ কৰিছে কংগ্ৰেছৰ মাজত। বিশেষকৈ নগাঁও লোকসভাক লৈ কংগ্ৰেছৰ মাজত চলা লবীকেন্দ্ৰিক ৰাজনীতিৰ চৰ্চা ৰাজ্যৰ সৰ্বত্ৰে চলিছে। বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সলনি কংগ্ৰেছৰ এটা লবীয়ে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক প্ৰাৰ্থী হিচাপে বিচাৰিছে।

Shahnawaz Hamza