![](https://guwahatitimes.000webhostapp.com/wp-content/uploads/2018/09/42314573_2362831793757583_8008341242108706816_n-300x195.jpg)
![](https://guwahatitimes.000webhostapp.com/wp-content/uploads/2018/09/42351433_2362831720424257_5472503550237999104_n-300x233.jpg)
![](https://guwahatitimes.000webhostapp.com/wp-content/uploads/2018/09/42443932_2362831570424272_1770849453188579328_n-300x224.jpg)
বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
অহা অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ সকলো জিলাতে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া আৰম্ভ হ’ব।
ইতিমধ্যে অসমত আৰম্ভ হৈছে চৰকাৰীভাৱে আধাৰ কার্ড বিতৰণৰ প্রক্রিয়া।
ৰাজ্যৰ ৩৩খন জিলাত মুঠ ১২৪১টা কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত আধাৰ কার্ড বিতৰণ কৰা হ’ব।
১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ বা কার্ড নাগৰিকত্বৰ প্রমাণ হিচাপে গণ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে চৰকাৰে।
ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ