বিৰাজ হাজৰিকাৰ মহান যাত্ৰাপথৰ সংগী আপুনিও হবলৈ বিচাৰে নেকি

1 min read

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

প্ৰতিদিনে দুখীয়া মানুহৰ বাবে কাম কৰি যাবলৈ বিচৰা বিৰাজ হাজৰিকা( গৰীবৰ বন্ধু, FRIENDS OF POOR) ৰ আপুনিও যাত্ৰা পথৰ সংগী হব বিচাৰে নেকি?

CISF ৰ এজন জোৱান। নাম বিৰাজ হাজৰিকা। বিশাল হৃদয়ৰ মানৱদৰদী এজন ব্যক্তি। এইজন বিৰাজ হাজৰিকা (গৰীবৰ বন্ধু, FRIENDS OF POOR) যিয়ে নিজৰ দৰমহাৰ ৮০ শতাংশ ধন দুখীয়া মানুহৰ বাবে খৰছ কৰে। দুখীয়া মানুহক দান কৰি আহিছে অন্ন বস্ত্ৰ আৰু বাসস্থান। এইজন বিৰাজ হাজৰিকা যিয়ে অহা অক্টোবৰ মাহত মাজুলীত ১০০ জন দুখীয়া লৰা ছোৱলীৰ মাজত বিতৰণ কৰিব ১০০ যোৰ কাপোৰ।

এইজন বিৰাজ হাজৰিকাৰ মহান যাত্ৰা পথৰ সংগী আপুনিও হওক। তেখেতৰ যোগাযোগৰ নম্বৰ :- 7618315877

হীৰক জ্যোতি শৰ্মা ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

You May Also Like

More From Author