ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে।

1 min read

নগাঁৱতো সুধাকণ্ঠক স্মৰণ । ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে ।

অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰে । নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়তো সুধাকণ্ঠৰ সপ্তম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয় । এই উপলক্ষে মহাবিদ্যালয়খনৰ দুহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰে ভূপেন দাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে । এই অনুষ্ঠানটিয়ে সকলোৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় ।

You May Also Like

More From Author