কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ? এনে এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল কামপুৰৰ পটিয়াপাম অঞ্চল । অৱশ্যে, স্থানীয় এজন লোকে জীৱন্ত অৱস্থাত উদ্ধাৰ কৰে মাতৃ দিপীকা বৰাক । এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই পুত্ৰ হিমাংশু বৰা । হিমাংশু বৰা ন-দেউৰী গাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ মুকুল শ্ৰেণীৰ ছাত্ৰ ঘটনাস্থলীত অাৰক্ষী উপস্থিত হৈ তদন্ত অাৰম্ভ ।
কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ?
Posted on by Md Elias Ali
1 min read
Md Elias Ali
I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam