নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপহী আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত জোঁৰ সমদল ।

1 min read

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা শিলাদিত্যৰ দৰে নেতাক কৰায়ত্ব কৰা দাবীত এই জোঁৰ সমদল । সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জাতি – জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হাতে হাতে জোঁৰলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে সমদলকাৰীয়ে উত্তাল কৰি তোলে ৰূপহীহাটৰ ৰাজপথ ।

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author