||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

1 min read

নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷
ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷
ষ্ট্ৰং ৰূমত নিয়োজিত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ ৪ জন কৰ্মচাৰীক শাৰীৰিক ভাবে অপদস্হ কৰিলে CRPF জোৱানে ৷
ষ্ট্ৰংৰূমত নিযোজিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টকো প্ৰহাৰ CRPF জোৱানৰ ৷
মদ্যপান কৰি CRPF বাহিনীৰ জোৱানে উদ্ভণ্ডালি কৰাৰ অভিযোগ ৷
CRPF জোৱানৰ এনে উদ্ভণ্ডালিকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্হিতি ৷
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্হলীত উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author