Year: 2018

আজি লাচিত দিৱস

আজি লাচিত দিৱস

আজি লাচিত দিৱস। ১৬২২ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল জাতীয় বীৰ লাচিত বৰফুকনে।পিতৃ শুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰ আছিল লাচিত বৰফুকন। যিখন শৰাইঘাটৰ