নগাঁৱতো সুধাকণ্ঠক স্মৰণ । ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে । অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰে ।
Year: 2018
বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা বিশ্বনাথ চাৰিআলিৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । জানিব পৰা মতে দুই বাইক আৰোহীৰ ঘৰ বিশ্বনাথৰ বালিচাংত।
গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰি চেন্টাৰৰ সমীপত মটৰ চাইকেলৰ খুন্দাত কৃষ্ণ শইকীয়া নামৰ এজন কৃতী শিক্ষক নিহত। চিকিৎসাৰ বাবে বৰগাঙৰ কেথলিক হস্পতাললৈ নিয়া পথত তেওঁৰ মৃত্যু হয়। কৃষ্ণ
NEMA is organising the Rhino AutoX Challenge-2.0: N.E. India Round of FMSCI Indian National Autocross Championship 2018 at Sarusajai Sports Complex, Guwahati on 10th and 11th November, 2018 with participants