ভকত-বৈষ্ণৱৰ য়ে-পদুলিয়ে ধূপ-ধূনা-বন্তি জ্বলাই গৃহষ্ঠই ভকত বৈষ্ণৱৰ পৰা আৰ্শীবাদ লোৱা দেখা পোৱা যায় ৷ শোভাযাত্ৰাৰ সময়ত অাটক ধুনীয়াকৈ সজ্জিত কৰি লোৱা বাহনৰ ওপৰত উঠি বালি-সুগ্ৰীবৰ যুদ্ধ, শ্ৰীকৃষ্ণ-যাম্বুৱন্তৰ যুদ্ধ আৰু ৰাম-লক্ষ্মনৰ বনবাসলৈ যোৱা ভাওদিয়া দৃশ্যই ভকত ৰাইজক মুগ্ধ কৰা পৰিলক্ষিত হয় ৷ সন্ধ্যা চিকাৰীপথাৰ ৰাইজৰ দ্বাৰা অঙ্কীয়া ভাওনা প্ৰদৰ্শনেৰে অধিবেশনখনি সামৰণি পৰিব ৷ শঙ্কৰদেৱৰ আদৰ্শৰে বৃহত্তৰ অসমীয়া সমাজ অনুপ্ৰাণিত হওক ৷
নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।