নগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।

1 min read

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ এতিয়া কাৰ নিৰ্দেশত চলে ? জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে এতিয়া ব্যস্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াত । যাৰবাবে উপায়ন্তৰ হৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।
নগাঁৱৰ পৰা আদিল শ্বাহ।

You May Also Like

More From Author