নঙলামুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু।
ৰাজ্যৰ চাৰিওফালে এতিয়া অসমীয়াৰ বাপতিসাহোন বিহুটিক আদৰিবলৈ পাৰভঙা উচাহ-উদ্দীপনা। তাৰ সমান্তৰালভাৱে অনুষ্ঠিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু আদৰণি উৎসৱ ।
Dipanjali Sarma Report- Guwahati Times