Day: May 18, 2019

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক গ্ৰেপ্তাৰ।

18th May 2019

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক গ্ৰেপ্তাৰ। নগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ কৰে যুৱক জনক । বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা যুৱকজনক । যুৱক জনৰ নাম ইন্দ্ৰ মোহন বৰা।

Read More

কলং সুঁতিত মৃতদেহ উদ্ধাৰ ।

18th May 2019

👉নগাঁৱৰ কলং সুঁতিত মৃতদেহ উদ্ধাৰ । 👉আৱৰ্ত্ত ভৱনৰ সন্মুখত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ । 👉চিনাক্ত হোৱা নাই মৃতদেহটো । 👉নগাঁও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । Adil Shah Alam report, Nagaon.

Read More

Police rescue 3 minor girls from Guwahati Railway Station : Traffickers arrested.

18th May 2019

Police rescue 3 minor girls from Guwahati Railway Station : Traffickers arrested. Details of Traffickers Arrested : 1) Anima ekka 2) Thaidor ekka. Address: 1 no sunda , Barpatra tea garden , Sivsagar . Shah Alam report, Guwahati.

Read More

ওদালগুৰিৰ ২নং ঘাগ্ৰাত হস্তী-মানুহৰ সংঘাটত প্ৰাণ গ’ল এজনৰ, আহত এজন ।

18th May 2019

ওদালগুৰিৰ ২নং ঘাগ্ৰাত হস্তী-মানুহৰ সংঘাটত প্ৰাণ গ’ল এজনৰ, আহত এজন । Mirajul Hussain report, Udalguri.

Read More
error: Content is protected !!