মঙলদৈত বানপিড়ীতক সাহায্য প্ৰদান দৰং বিজেপিৰ

1 min read

আজি ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিয়ে মঙ্গলদৈ চহৰৰ ১০ নং ওৱাৰ্ডৰ বানপিড়ীত সকলক ভকতপাৰা আবছু আৰু দৰং আৰক্ষী অধীক্ষকৰ সহযোগত পাচঁ আজি শতাধিক লোকক বান সাহাৰ্য্য আগবঢ়ায়।

দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, উপ-সভাপতি প্ৰতাপ বৰদলৈ,সাধাৰন সম্পাদিকা শেৱালী গোস্বামী কলিতা আৰু জিলা মহিলা মৰ্চাৰ সভানেত্রী প্রেমদা ভূঞাৰ নেতৃত্বত এই সাহাৰ্য্য বিতৰণ

মকছেদ আলিৰ ৰিপৰ্ট GTM

You May Also Like

More From Author