বলেৰ’ পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ বাইক আৰোহীৰ ৷
থিতাতে নিহত গোলাপ শৰ্মা নামৰ বাইক আৰোহী জন ৷
নিহত শৰ্মা কলাইগাও আৰক্ষী থানাত কৰ্মৰত আৰক্ষী আছিল ৷
গুৱাহাটী অভিমুখী AS 25 DC–9600 নং ৰ বলেৰ’ পিকআপ ভান আৰু AS 13 H—1810 নং চুপাৰ স্প্লেনণ্ডাৰৰ মুখামুখি সংৰ্ঘষৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈ থিতাতে প্ৰাণ হেৰুৱাই লোক জনে ৷
কণ আলি হাজৰিকা ৰিপোৰ্ট
গুৱাহাটী টাইমচ