👉নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷
👉 পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী নামৰ মহিলা গৰাকীৰ মৃত্যু ৷
👉 নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ ৷
👉দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ।
👉এই ৰোগত নগাঁও জিলাত এতিয়ালৈকে ৪০ জনৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫ জনকৈ লোকৰ ।
Adil Shah Alam report, Guwahati Times.