ফোনৰ সহায়তো চলাব পাৰি এই খন গাড়ী ।

0 min read

অসমত সৌৰশক্তি চালিত প্ৰথমখন বাহন উদ্ভাৱন গোলাঘাটৰ বালিবাটৰ আফাজুৰ ৰহমানৰ। চালক সহ ৩জন যাত্ৰী কঢ়িয়াব পাৰে সৌৰচালিত বাহন খনে। আচৰিত কথা চালক নহলেও চলে বাহনখন। মোবাইল ফোনৰ সহায়তো চলাব পাৰি গাড়ী খন। বাহন খনৰ দুৱাৰ অটো মেটিক। চুইছ টিপিলে খোল খায়। একেৰাহে ছঘন্টা চলিব বাহনখন।




You May Also Like

More From Author