সোমবাৰে গুৱাহাটী মহানগৰীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প ।
নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে গ্ৰহণ কৰা সিদ্ধান্তৰ অধীনত হব এই বন্ধ ।
২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পুৱা ৫ বজাৰ পৰা ২৬ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱা ৫বজালৈ বন্ধ থাকিব সকলো তেলডিপো ।