Year: 2019

অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ললে আছুৰ নেতৃত্বই

অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ললে আছুৰ নেতৃত্বই

টীয়ক, ২৩ ডিচেম্বৰ : ঈশ্ফাক আলি: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৰ্বত্তে প্ৰতিবাদ চলি থকাৰ সময়তে ক’লা আইন ‘নিয়া’ৰ গোচৰত গ্ৰেপ্তাৰ হবলগীয়া হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।