Year: 2019

মঙলদৈত পুত্রই ঘপিয়াই হত্যা কৰিলে মাতৃক,গুৰুত্বৰ ভাবে আহত পিতৃ

মঙলদৈত পুত্রই ঘপিয়াই হত্যা কৰিলে মাতৃক,গুৰুত্বৰ ভাবে আহত পিতৃ

দৰঙৰ মঙলদৈ ধূলাত লোমহৰ্ষক হত্যাকান্ড । এই জঘন্য ঘটনাটি সংঘটিত হয় ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱত ৷ পাষণ্ড পুত্ৰই ঘপিয়াই হত্যা কৰিলে নিজ মাতৃ মেৰুজা বেগমক ৷ মাতৃক হত্যা কৰি পুনৰ