Year: 2019

নলবাৰীত দুই সাংসদ দিলীপ শইকীয়া আৰু কুইন ওঝাক উষ্ম সম্বৰ্ধনা বিজেপি আৰু দল- সংগঠনে

নলবাৰীত দুই সাংসদ দিলীপ শইকীয়া আৰু কুইন ওঝাক উষ্ম সম্বৰ্ধনা বিজেপি আৰু দল- সংগঠনে

মঙ্গলদৈ লোকসভা সমষ্টিৰ নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক ৰবিবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা বিজেপিয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা