মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

1 min read

Orang Jan 6: ৰবিবাৰে বিয়লি ৭’৩০ মান বজাত ওৰাঙৰ বগৰীবাৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

নিহত চাইকেল আৰোহী জনৰ নাম পৰেশ মাহাতু। নিহত পৰেশ মাহাতুৰ ঘৰ ওৰাঙৰ চমুৱা গাৱঁত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ AS-13J-7554.

You May Also Like

More From Author