নগাঁৱৰ চতুৰ্থজন ক’ৰ’না আক্ৰান্ত লোক জনৰ বিষয়ে জানিবলৈ – ক্লিক কৰক

1 min read

নগাঁৱৰ চতুৰ্থজন ক’ৰ’না আক্ৰান্ত হৈছে হামিদুল ইছলাম(২৫)।

নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰীত ঘৰ হামিদুলৰ ।

বহিঃৰাজ্যৰ পৰা অহা পঁচিশ বছৰীয়া হামিদুল সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল ।

You May Also Like

More From Author