– মহানগৰীত কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু
– MMCHত কোৱাৰেণ্টাইনত আছিল লোকজন
– দলগাঁৱৰ তনুৰাম শইকীয়া নামৰ লোকজনৰ মৃত্যু চিকিত্সালয়ত
– মুম্বাইৰ পৰা অহা লোকজনক কোৱাৰেণ্টাইন কৰা হৈছিল
– ৮মে’ত গুৱাহাটীত উপস্থিত হৈছিল তনুৰাম শইকীয়া
Source: DY365