নগাঁও,25 জুনঃ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰি নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰীৱালে সুনাম কঢ়িয়াই আনিছে ৷
ক্ৰিকেট খেলি ভাল পোৱা কাৰ্তিকে দৈনিক চাৰি পাঁচ ঘণ্টাকৈ অধ্যয়ন কৰিছিল।