অখিল গগৈক মুক্তিৰ দাবী । নগাঁৱত কৃষ্ণাইখাটত KMSS ৰ মানৱ শৃংখল ।

1 min read

নগাঁও বাইপাচৰ কৃষ্ণাইখাটত অংশত এই প্ৰতিবাদী কাৰ্যসূচী । কৃষক নেতা গৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী । KMSS ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হৈছে এই কাৰ্যসূচী ।

You May Also Like

More From Author