আজি ঘোষণা কৰা UPSC পৰীক্ষাত জিলিকিল অসমৰ দুইগৰাকীকৈ সন্তান
- আজি ঘোষণা কৰা হ’ল সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল।
- অসমৰ দুগৰাকীকৈ সন্তানে লাভ কৰিলে স্থান
- আৰণ্যক শইকীয়াই লাভ কৰে ৫৯সংখ্যক স্থান
- আৰণ্যক শইকীয়া প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ সুযোগ্য সন্তান
- ইয়াৰ পূৰ্বেও সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত স্থান লাভ কৰিছিল আৰণ্যকে
- বৰ্তমান এগৰাকী IPS বিষয়া হিচাপে কৰ্ণাটকত কৰ্মৰত আৰণ্যক শইকীয়া
- একেদৰে ৭৬৬ সংখ্যক স্থান লাভেৰে উত্তীৰ্ণ হয় তপন ডেকা
- দ্বিতীয়বাৰৰ বাবে পুনৰ উত্তীৰ্ণ হৈছে তপন ডেকা
- ২০১৭ চনত প্ৰথমবাৰ তেওঁ ইউপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল
- ১৪৮সংখ্যক স্থান দখল কৰিছিল তপন ডেকাই
- আজি ঘোষণা কৰা ফলাফলৰ তালিকাৰ শীৰ্ষস্থানত প্ৰথম প্ৰদীপ সিং,যতিন কিশোৰ আৰু প্ৰতিভা বাৰ্মাৰ নাম