ক’ভিড–১৯ টিকাকৰণ অভিযান নিৰীক্ষণৰ লগতে সমন্বয় ৰক্ষাৰ ক্ষেত্রত কমিটী গঠন কৰিবলৈ আজি কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক নির্দেশ দিছে৷ অন্য স্বাস্থ্যসেৱাৰ ক্ষেত্রত যাতে কোনোধৰণৰ সমস্যা সৃষ্টি নহয়, তাক নিশ্চিত কৰিব লাগিব এই কমিটীসমূহে৷ লক্ষণীয়ভাৱে ক’ভিড টিকাকৰণ অভিযান সন্দর্ভত যাতে ছ’চিয়েল মিডিয়াত অপপ্রচাৰ সৃষ্টি নহয়, সেই ক্ষেত্রতো নজৰ দিব ৰাজ্যৰ কমিটীসমূহে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্যিক তথা জিলা পর্যায়ত এনে ধৰণৰ কমিটী গঠন কৰিবলৈ নির্দেশ জাৰি কৰাটো লক্ষণীয় বিষয় হিচাপে চিহ্ণিত হৈছে৷ কাৰণ এতিয়াও ক’ভিড ভেকচিনৰ অন্তিম পর্যায়ৰ পৰীক্ষা সম্পন্ন হোৱা নাই৷
ক’ভিড–১৯ৰ টিকাকৰণ সন্দর্ভত ৰাজ্যলৈ কেন্দ্রৰ নির্দেশ
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author