- এনআৰচিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য।
- এনআৰচিত সোমাইছে ৪৭৯৫জন ঘোষিত বিদেশীৰ নাম।
- শপতনামাযোগে ন্যায়ালয়ক জনালে এনআৰচি কৰ্তৃপক্ষই।
- মুঠ ১০১৯৯জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই।
- পৰীক্ষণৰ অন্তত ধৰা পৰে ৪৭৯৫ গৰাকী বিদেশী ঘোষিতৰ নাম।
- এনাৰচিত অন্তৰ্ভুক্ত হৈছে অতিৰিক্ত ১০৩২জন অযোগ্য লোকৰ নাম।
- বিসংগতিৰ বাবে ডাটা এন্ট্রী অ’পাৰেটৰক দোষ দিলে এনআৰচি কৰ্তৃপক্ষই।
- আৰজিআইক বিসংগতিৰ তথ্য অৱগত কৰাইছে এনআৰচি কৰ্তৃপক্ষই।
- চমৰীয়াত অযোগ্য ৬০হাজাৰ মানুহৰ নাম আছে অ’আইৰ তালিকাত।