উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য! এনআৰচিত সোমাইছে ৪৭৯৫জন বিদেশীৰ নাম

0 min read
  • এনআৰচিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভয়ংকৰ তথ্য।
  • এনআৰচিত সোমাইছে ৪৭৯৫জন ঘোষিত বিদেশীৰ নাম।
  • শপতনামাযোগে ন্যায়ালয়ক জনালে এনআৰচি কৰ্তৃপক্ষই।
  • মুঠ ১০১৯৯জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই।
  • পৰীক্ষণৰ অন্তত ধৰা পৰে ৪৭৯৫ গৰাকী বিদেশী ঘোষিতৰ নাম।
  • এনাৰচিত অন্তৰ্ভুক্ত হৈছে অতিৰিক্ত ১০৩২জন অযোগ্য লোকৰ নাম।
  • বিসংগতিৰ বাবে ডাটা এন্ট্রী অ’পাৰেটৰক দোষ দিলে এনআৰচি কৰ্তৃপক্ষই।
  • আৰজিআইক বিসংগতিৰ তথ্য অৱগত কৰাইছে এনআৰচি কৰ্তৃপক্ষই।
  • চমৰীয়াত অযোগ্য ৬০হাজাৰ মানুহৰ নাম আছে অ’আইৰ তালিকাত।

You May Also Like

More From Author