- দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন।
- ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত।
- ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন।
- বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই।
- হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।
দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন
Posted on by GTM Desk
0 min read