Advertisement

Tag: caaassam

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন। ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত। ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন। বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি