Tag: caaassam

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন। ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত। ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন। বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।