Year: 2020

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথ

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথ

গুৱাহাটী: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশত ‘অটল সুৰংগ’ মুকলি কৰি কয় -“অটল সুৰংগ কেন্দ্ৰীয় চৰকাৰৰ দেশৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন কৰাৰ যি প্ৰতিশ্ৰুতি তাৰ এক অংশ । ইয়াৰ আগতে