Advertisement

Year: 2020

নগাঁৱত পিষ্টল সহ দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

নগাঁৱত পিষ্টল সহ দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

নগাওঁ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নগাওঁ চহৰৰ সমীপৰ হয়বৰ গাঁও, আৰক্ষী চকীৰ অন্তর্গত ভকত গাঁৱত দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হল ছিলঙনীৰ