Year: 2020

কৃষক নেতা অখিল গগৈৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

কৃষক নেতা অখিল গগৈৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

কোৰোণা ভাইৰাছত আক্ৰান্ত হ’ল কৃষক নেতা অখিল গগৈ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈ। কৃষক নেতাগৰাকীৰ দেহত কোৰোণা ভাইৰাছৰ সকলোবোৰ লক্ষণে দেখা দিছিল। বৃহস্পতিবাৰে ৰিপৰ্ট অহাৰ পিছতে অখিল