Year: 2020

কৃষি আইন বাতিল নকৰিলে দেশজুৰি হ’ব প্ৰতিবাদঃ মমতা বেনাৰ্জী

কৃষি আইন বাতিল নকৰিলে দেশজুৰি হ’ব প্ৰতিবাদঃ মমতা বেনাৰ্জী

দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। এই প্ৰতিবাদক সমৰ্থন জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। মমতা বেনাৰ্জীয়ে কয় যে, যদি নতুন কৃষি আইন বাতিল কৰা