Year: 2020

হাৰ মনাৰ পিছত আকৌ ওলোটা খৰ ড’নাল্ট ট্ৰাম্পৰ, ক’লে – ময়েই জিকিছো আমেৰিকা নিৰ্বাচনত

হাৰ মনাৰ পিছত আকৌ ওলোটা খৰ ড’নাল্ট ট্ৰাম্পৰ, ক’লে – ময়েই জিকিছো আমেৰিকা নিৰ্বাচনত

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টীৰ জো বাইডেনৰ জয়ৰ পিছত পুনৰ এবাৰ ড’নাল্ট ট্ৰাম্পে টুইট কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। দেওবাৰে ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰিছিল। তাৰ পিছতে পুনৰ টুইট কৰি ৰাষ্ট্ৰপতি