নগাঁৱৰ বেবেজীয়াৰ কুৰুৱাবাহীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পী গৰাকীৰ ।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৬৭ বছৰ বয়সত জীৱন নাটৰ সামৰণি ।
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিমালিকা অনুষ্ঠানৰ নিয়মীয়া শিল্পী আছিল গুণ শইকীয়া ।
অংকীয়া ভাওনাৰ দক্ষ অভিনেতাও আছিল তেওঁ ।
ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ ।