- ৰাজ্যত আকৌ ৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ১০জন কামৰূপ মেট্ৰ’ৰ।
- এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৩৪০জনলৈ পাইছে বৃদ্ধি।
- দেওবাৰে অসমত সুস্থ হৈছে ৬৭জন লোক।
- সুস্থ হোৱা লোকৰ সংখ্যা ৰাজ্যত ২১২১৯৬জনলৈ পাইছে বৃদ্ধি।
- আনহাতে, দেওবাৰে ৰাজ্যত মৃত্যু হয় ২জন লোকৰ।
- বৰ্তমানলৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫৪জনলৈ বৃদ্ধি পাইছে।
অসমত আকৌ ৩৬জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৭জন
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2020/09/covidindiasept1.jpg)
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author