ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি এই ভেকচিন খিনি ভাৰতৰ লগতে চুবুৰীয়া দেশ সমূহত বিক্ৰী কৰা হব।
৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author