Month: March 2021

আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

নিৰ্বাচনক লৈ প্ৰতি দলৰ মিত্ৰজোঁটৰ মাজত চলিছে আসনৰ ভাগ-বাটোৱাৰাক লৈ বৈঠক। আজি অগপ আৰু বিজেপিৰ মাজত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত বৈঠক হোৱাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি