Delhi will go into a weekend curfew to tackle a record rise in Covid cases over the past few weeks. Essential activities, including weddings planned already, will be allowed with curfew passes. Auditoriums, malls, gyms and spas will be shut down and cinema theatres will be allowed with a third
Month: April 2021
দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ গতিয়ে প্ৰতিদিনে নতুন অভিলেখ স্থাপন কৰিছে। দেশৰ চিকিৎসকসকলে ক’ৰোনাৰ দ্বিতীয় ঢৌৰ বিষয়ে অনুমান কৰাতকৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ সকলো ৰাজ্যতে ক’ৰোনা সংক্ৰমণৰ পৰিসংখ্যা দিনক দিনে বাঢ়ি আহিছে। দেশত ক’ৰোনাৰ উদ্বেগজনক পৰিস্থিতিটো এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ক’ৰোনাৰ সংখ্যা এদিনত ২ লাখত উপনীত
The Class 12 state board examinations will be held as per the schedule in Meghalaya, Chief Minister Conrad Sangma announced on Wednesday. Following a review meeting chaired by Sangma, the government has decided that the class 12th Meghalaya Board of School Education (MBoSE) exams will be held as per planned by the Education
ৰাজস্থানতো ঘোষণা কৰা হল নৈশ সান্ধ্য আইন। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত চকু ৰাখি এই প্ৰদক্ষেপ গ্ৰহণ চৰকাৰৰ। সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬বজালৈ নৈশ সান্ধ্য আইন। কঠোৰভাৱে এই নিয়ম পালিবলৈ আহ্বান জনতাক। এপ্ৰিলৰ ১৬তাৰিখৰ পৰা ৩০এপ্ৰিললৈ বাহাল থাকিব এই সান্ধ্য আইন।
আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব’হাগ । ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী । পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু । বৃহস্পতি বাৰে পহিলা ব’হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই