Bollywood and South Indian film actress Kajal Aggarwal is celebrating her birthday today Kajal was born on June 19, 1985 to a Punjabi family. Kajal’s elder sister Nisha Agarwal is also an actress. She has worked in Tamil, Telugu and Malayalam movies. Kajal has studied at St Annie High School
Month: June 2021
21 জুনৰ পৰা তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ডিমা হাছাও জিলাত । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 21 জুনৰ পৰা 23 জুন লৈকে ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি শনিবাৰে জানিবলৈ দিয়ে জিলাখনৰ উপায়ুক্ত পল বৰুয়াই । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা
মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত গঠন কৰা স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ(SOG)ৰ দিনে-নিশাই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। শুক্ৰবাৰে মাজনিশা SOGৰ দলটোৱে গাড়ীগাঁৱত আন এক ড্ৰাগছবিৰোধী অভিযান
মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা(DR. HIMANTA BISWA SARMA)ই নিৰ্বাচনী সভাত দিয়া ভাষণ মাথোঁ এটা “ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি” নহয় বুলি কৰা মন্তব্য অত্যন্ত নিন্দনীয় । এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য
এইবাৰ ব্ৰহ্মপুত্ৰত ডুবিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ । চন্দ্ৰপুৰৰ কাজলীচকীত সংঘটিত হৈছে এই অঘটন । ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টিএফ তৰা অসম নামৰ জাহাজখন বুৰ গ’ল শনিবাৰে নৈ পানীত । উল্লেখযোগ্য যে, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ এই জাহাজখন দীৰ্ঘ সময়ৰ পৰা চন্দ্ৰপুৰৰ কাজলীচকী ঘাটত পৰিতক্ত অৱস্থাত ৰাখি থোৱা আছিল ৷