নতুন SOP: বন্ধ থাকিব আন্ত: জিলা যাতায়ত, যুগ্ম-অযুগ্ম নীতি থাকিব বাহাল

1 min read

অসমত বাহাল থাকিব আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা।
ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰা নীতি-নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে।
লগতে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতিও বৰ্তি থাকিব।

 

You May Also Like

More From Author